Documents Required for Various Services
Indian Passport
English
- Aadhaar Card
- PAN Card
- Bank Passbook
- HSLC Certificate
- Gaon Burha Certificate
- Voter List 2025 Certified Copy
- Voter List 2005 Certified Copy
- Legacy Data 1971 Certified Copy
- Voter ID Card
অসমীয়া
- আধাৰ কাৰ্ড
- পান কাৰ্ড
- বেংক পাছবুক
- এইচ.এছ.এল.চি. প্ৰমাণপত্ৰ
- গাওঁ বুঢ়াৰ প্ৰমাণ পত্ৰ
- ভোটাৰ তালিকা ২০২৫ প্ৰত্যায়িত প্ৰতিলিপি
- ভোটাৰ তালিকা ২০০৫ প্ৰত্যায়িত প্ৰতিলিপি
- লিগেচি ডাটা ১৯৭১ প্ৰত্যায়িত প্ৰতিলিপি
- ভোটাৰ আইডি কাৰ্ড
PRC (PERMANENT RESIDENT CERTIFICATE)
English
- Legacy Data Certified Copy
- Voter List Certified Copy (Latest)
- Khajana Rasid - 2025
- Gaon Burha Certificate (Within 15 Days)
- Aadhaar Card & HSLC Admit
- Photo 1 Copy & Birth Certificate
All are mandatory
অসমীয়া
- লিগেচি ডাটা প্ৰমাণীকৃত প্ৰতিলিপি
- ভোটাৰ তালিকাৰ প্ৰমাণীকৃত প্ৰতিলিপি (শেহতীয়া)
- খাজানা ৰছিদ - ২০২৫
- গাওঁ বুঢ়াৰ প্ৰমাণ পত্ৰ (১৫ দিনৰ ভিতৰৰ)
- আধাৰ কাৰ্ড আৰু মেৰ্টিকৰ এডমিট
- ফটো ১ কপি আৰু জন্মৰ প্ৰমাণ পত্ৰ
সকলোবোৰ বাধ্যতামূলক
Assam Special Arms Licence Scheme
English
- Latest photograph of the applicant(White Back)
- Signature Image
- Pan Card / Birth Certificate:
- Aadhaar Card
- Caste Certificate
- Firearm training certificate in Form S-1
- Safe use and storage of firearms undertaking in Form S-2
- Medical certificate about mental health and physical fitness in Form S-3
- Masked Aadhaar Card
অসমীয়া
- আবেদনকাৰীৰ নৱতম ফটো (বগা পটভূমিত পাছপ’ৰ্ট আকাৰ)
- স্বাক্ষৰ
- জন্মতাৰিখৰ প্ৰমাণ (PAN কাৰ্ড / জন্ম প্ৰমাণপত্ৰ)
- আধাৰ কাৰ্ড
- জাতি প্ৰমাণপত্ৰ
- অস্ত্ৰ প্ৰশিক্ষণ প্ৰমাণপত্ৰ (Form S-1)
- অস্ত্ৰ ব্যৱহাৰ আৰু সংৰক্ষণৰ অৰ্হতা ঘোষণা (Form S-2 - স্ব-ঘোষিত)
- মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ চিকিৎসা প্ৰমাণপত্ৰ (Form S-3)
- Masked আধাৰ কাৰ্ড
Marriage Certificate
English
- PAN Card
- School / Birth Certificate (DOB)
- Bank Passbook / Voter ID
- Aadhaar Card
- Single Photo 1+1
অসমীয়া
- পান কাৰ্ড
- স্কুল বা জন্ম প্ৰমান পত্ৰ
- বেংক পাছবুক বা ভোটাৰ কাৰ্ড
- আধাৰ কাৰ্ড
- ফটো ১ কপিকৈ
OBC NCL Documents
English
- Aadhaar Card
- Digital Caste Certificate
- Income Certificate
- Affidavit
- Khajana Rasid Latest
- Voter List Latest
অসমীয়া
- আধাৰ কাৰ্ড
- ডিজিটেল জাতি প্ৰমাণ পত্ৰ
- আয় প্ৰমাণ পত্ৰ
- এফিডেভিট
- খাজনা ৰছিদ শেহতীয়া
- ভোটাৰ তালিকা শেহতীয়া
CASTE CERTIFICATE — OBC / SC / ST
English
- Aadhaar Card
- Gaon Burha Certificate
- Photo 1 Copy
- Voter List Latest
- Family / Self Caste Certificate
অসমীয়া
- আধাৰ কাৰ্ড
- গাওঁ বুঢ়াৰ প্ৰমাণ পত্ৰ
- ফটো ১ কপি
- ভোটাৰ তালিকা শেহতীয়া
- পৰিয়াল / নিজৰ জাতি প্ৰমাণ পত্ৰ
Documentation for Birth Certificate
English
- Vaccinations Card (if age below 6)
- School Certificate (countersign)(if age above 6)
- Gaon Burha Certificate
- Legacy Data Certified Copy
- Latest Voter List Certified Copy
- ANM Report(if age below 6)
- Affidavit
- Latest Land Revenue Paid Receipt
- Aadhaar Card Child
অসমীয়া
- টিকাকৰণ কাৰ্ড (যদি শিশুৰ বয়স ৬ বছৰৰ তলৰ)
- স্কুলৰ প্ৰমাণ পত্ৰ(যদি শিশুৰ বয়স ৬ বছৰৰ বেছি)
- গাওঁ বুঢ়াৰ প্ৰমাণ পত্ৰ
- লিগেচি ডাটা প্ৰমাণীকৃত প্ৰতিলিপি
- শেহতীয়া ভোটাৰ তালিকা প্ৰমাণীকৃত প্ৰতিলিপি
- এএনএম প্ৰতিবেদন (যদি শিশুৰ বয়স ৬ বছৰৰ তলৰ)
- শপতনামা
- শেহতীয়া ভূমি ৰাজহ দিয়া ৰছিদ
- আধাৰ কাৰ্ড (শিশু)
Copy-Paste Protected Page
This page content cannot be copied using mouse, keyboard, or mobile long press.