ইলেক্ট্ৰনিক্স আৰু আই টি মন্ত্ৰালয়ৰ অধীনস্থ কমন চাৰ্ভিচেছ চেণ্টাৰে ইণ্ডিয়া পোষ্টৰ সৈতে অংশীদাৰিত্ব কৰি ইয়াৰ গাঁও পৰ্যায়ৰ উদ্যোগী (ভিএলই)ৰ নেটৱৰ্কৰ জৰিয়তে ‘চিএছচি ডাক মিত্ৰ’ সেৱা আৰম্ভ কৰিছে । আমাৰ এই চি এছ চি ডাক মিত্ৰ পৰ্টেলৰ সহায়ত আপুনি ডাকঘৰৰ পাৰ্চেল পেক কৰিব পাৰে, পাৰ্চেলটো ট্ৰেক কৰিব পাৰে আৰু ইয়াৰ উপৰিও পাৰ্চেল বুকিং বা স্পীড পোষ্টো কৰিব পাৰে ।
Service Temporarily Suspended
The service featured in this post—“CSC partners with India Post to launch Dak Mitra service”—has been **temporarily suspended**.
We apologize for any inconvenience. Please check back soon for updates or reach out to us directly for assistance.